class 10 G.Science chapter -2

 














প্ৰশ্নাৱলীঃ

 

1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত খোৱা নহয় কিয়?

 

উত্তৰঃ দৈ গাখীৰত লেকটিক এছিড থাকে।আনহাটে, টেঙা খাদ্যবস্তুটো এচিড থাকে।






                                                                                                

3. এটা ধাতৱ যৌগ A লঘু হাইড্ৰক্লৰিক এছিডেৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে।উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা নুমুৱায়।বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইত লে বিক্ৰিয়াৰ বাবে সন্ত্তলিত সমীকৰণটো লিখা।



 

প্ৰশ্নাৱলীঃ

 




4. এছিড এটা লঘু কৰোতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্ত পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়।

 

উত্তৰঃ পানী এছিডত যোগ কৰাৰ ফলত যথেষ্ট তাপৰ উদ্ভৱ হয়।যাৰ ফত পানীৰ বাষ্পীভৱন ঘটে আৰু বিস্ফোৰণৰ সৃষ্টি হয়।গতিকে এছিড লঘু কৰোঁতে পানী এছিডত যোগ কৰিবলৈ কোৱা নহয়।





 



 

প্ৰশ্নাৱলীঃ













 


4.মাটিত কি অৱস্থাত কৃষক এজনে পোৱা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলত চূণ (কেলছিয়াম হাইড্ৰক্সাড) বা চক (কেলছিয়াম কাৰ্বনেট) প্ৰয়োগ কৰিব তোমালোকে ভাবা।

 

উত্তৰঃ পোৰা চূণ (কেলছিয়াম অক্সাইড)বা শিলিথত চূণ (কেলছিয়াম অক্সাইড)বা চক (কেলছিয়াম কাৰ্বনেট)এই তিনিওবিধ যৌগই ক্ষাৰকীয়।ক্ষাৰে মাটিৰ অম্লতা কমাই মাটিখিনি উদাসীন কৰে যাৰ ফলত খেতিৰ অনিষ্ট নহয়।গতিকে যেতিয়া মাটিৰ অম্লতা বাঢ়ে, তেতিয়াই কৃষকে মাটিত পোৰা চূণ বা শিথিলত চূণ বা চক প্ৰয়োগ কৰে।   



প্ৰশ্নাৱলীঃ





 






3. কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম লিখা।

উত্তৰঃ ডিয়াম কাৰ্বনেট বা ৱাছিং ডা।

 

 

4. ডিয়াম হাইড্ৰকাৰ্বনেটৰ দ্ৰৱ এটা উৎপন্ন কৰিলে কি হয়? বিক্ৰিয়াৰ সমীকৰণটো দিয়া।

 

উত্তৰঃ ডিয়াম হাইড্ৰকাৰ্বনেট উত্তপ্ত কৰিলে ছডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়।

  বিক্ৰিয়াৰ সমীকৰণটো -

 




 



7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্ত বৰষুণৰ পানীয়ে কৰে কিয়?

 

উত্তৰঃ পাতিত পানীত কোনো আম্ল বা ক্ষাৰ দ্ৰৱীভূত হৈ নাথাকে।গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত বলৈ কোনো আয়নৰ সৃষ্টি নহয়।কিন্ত বৰষুণৰ পানীত থকা অম্লৰ আয়ন মুক্ত হৈ তাৰ মাজেৰে বিদ্যুৎ চালিত হয়। গতিকে বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে।



8. পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়?

উত্তৰঃ পানীৰ অনুপস্থিতিত এছিডে হাইড্ৰজেন আয়ন উৎপন্ন কৰিব নোৱাৰে।গতিকে পানীৰ অনুপস্থিতিত এছিডে এছিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে।







 

 by Partha pratim hazarika .

class 10 G.Science chapter -2 class 10 G.Science chapter -2 Reviewed by Saba question and answer on July 10, 2023 Rating: 5
'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();
Theme images by enjoynz. Powered by Blogger.